স্বৰবৰ্ণৰ গীত
ৰ'দালি এ ৰ’দ দে
লগে-ভাগে গাওঁ আহা
মিলিজুলি গাওঁ আহা
অসমীয়া ষষ্ঠ শ্রেণী বাংলা মিডিয়াম
ASSAMESE CLASS 6 FOR BANGLA MEDIUM
VISIT FOR MORE- www.smartlearningservice.com
প্রশ্ন- নিচের গীত-কবিতাগুলি নিজের খাতায় স্পষ্ট করে লেখ এবং মূখস্থ করো।
Visit
(১)
ৰ'দালি এ ৰ’দ দে
“ৰ’দালি এ’ ৰ’দ দে
আলি কাটি জালি
দিম
বৰপীৰা পাৰি
দিম
তাতে বহি বহি
ৰ’দ দে !
ৰ’দালিৰ মাকৰ কুটকুৰা চুলি
ৰ’দালি পালেগৈ বিৰিণাৰ গুৰি
----- xxx -----
(২)
স্বৰবৰ্ণৰ
গীত
অমিতাৰ
আনিলো অ
আমৰ
আনিলো আ
পকা
পকা ফলবোৰ
পেট
ভৰাই খা
ইনিমহঁতে
ইটাৰে
দেৱালবোৰ
গাঁথে
ঈগল
চৰাইৰ দীঘল পাখি
বতাহতে
নাচে
উটৰ
পিঠিত গধুৰ বোজা
মৰুভূমিত
ঘূৰে
ঊণ
সূতাৰে চুৱেটাৰ গুঁঠি
জাৰৰ
দিনত পিন্ধে
----- xxx -----
(৩)
লগে-ভাগে
গাওঁ আহা
গছৰ
তলত ঋষি আছে
তপ
জপ কৰি
শিষ্যসকল
ওলাই গৈছে
শুকান
খৰি বিচাৰি
এৰা-গছৰ
পাতবোৰ
এৰী-পলুৱে
খায়
ঐৰাৱতে
গহীন খোজে
শুৰ
দাঙি চায়
জেওৰা
ভাঙি ছাগলীয়ে
ওল-কবি
খায়
ঔ-গছ
ওখ দেখি
ভেবা
লাগি চায়
----- xxx -----
মিলিজুলি
গাওঁ আহা
(৪)
জোনবাই
এ
এটি
তৰা দিয়া
এটি
তৰা নালাগে
দুটি
তৰা দিয়া।
পাত
নাই চোত নাই
কিহতকৈ
দিম,
হালধীয়া
চৰায়ে
বাওধান
খায়,
সাউদৰ
পুতেকে
নাও
মেলি যায়।
নাৱে
বোলে
টুলুং
ভুটুং
ব’ঠাই
বোলে বাওঁ
গধূলিতে
গধূলিতে
দবা
কোবাওঁ।
*****
0 Comments
HELLO VIEWERS, PLEASE SEND YOUR COMMENTS AND SUGGESTION ON THE POST AND SHARE THE POST TO YOUR FRIEND CIRCLE.